দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদৰ
মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । তেওঁৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ ছাঁ পৰিছে । বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । সোমবাৰে এটা পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৪ বছৰ । পাঠানকোট-জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী জলন্ধৰৰ নিজ গাঁও ব্যাস পিণ্ডৰ সমীপত খোজ কাঢ়ি…