Braking

আজি দেশৰ ৭৯ সংখ‍্যক স্বাধীনতা দিৱস । ভাৰতৰ স্বাধীনতাত অসমৰ কি ভূমিকা ?

অসমৰ ভূমিকা অবিহনে স্বাধীনতাৰ ইতিহাস হৈ পৰিব অসম্পূৰ্ণ ! ভাৰতৰ স্বাধীনতাৰ ইতিহাসত অসমৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ । ১৯ শতিকাৰ প্ৰথমাৰ্ধত প্ৰথমবাৰৰ বাবে উত্থান ঘটিছিল অসমত ব্ৰিটিছ বিৰোধী চিন্তাৰ । অসমখন প্রত্যক্ষ ব্ৰিটিছৰ আধিপত‍্যৰ অধীনলৈ আহিছিল ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে। আৰু ব্ৰিটিছৰ শাসনত অতিষ্ঠ হৈ বহু স্বাধীনতাপ্রেমী লোকে অনুভৱ কৰিছিল যে এই অতিষ্ঠ ৰাজত্বৰ পৰা…

Read More

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ ৰ আবেদন পত্ৰসমূহ বিতৰণ কাৰ্য্যসূচী

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান । গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ । ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে ৰাজ্যৰ লাখ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ নিযুত…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’

NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’ I NCERT য়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ  । NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব “অপাৰেচন সিন্দূৰ” । দেশপ্ৰেম শিক্ষাৰ নতুন অধ্যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সচেতনতা অনাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ NCERT ৰ । ভাৰতীয় সেনাৰ আধুনিক ইতিহাসত বীৰত্বৰ প্রতীক হিচাপে পৰিগণিত এই সামৰিক অভিযান “Operation Sindoor” ক তৃতীয় শ্ৰেণীৰ পৰা…

Read More

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক । একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে । খালী কৰোৱা হয় একাধিক বিদ্যালয় । কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে । স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি…

Read More

NCERT ৰ পাঠ্যক্ৰমত আহোম ৰাজত্বৰ ইতিহাস শিক্ষার্থীয়ে পঢ়িব আহোম স্বৰ্গদেউৰ বীৰগাথা

অসমৰ বাবে এক সুখবৰ । NCERTৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হব আহোম ইতিহাস । শিক্ষার্থীয়ে পঢ়িব ৬০০ বছৰীয়া  আহোম স্বৰ্গদেউৰ বীৰগাথা । অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হ’ব আহোম ৰাজত্ব কালৰ ইতিহাস । ইয়াকে লৈ উৎফুল্লিত অসমবাসী  । বিশেষকৈ মোগলক আহোম স্বৰ্গদেউসকলে কেনেকৈ পৰাস্ত কৰিছিল সেইয়া অন্তৰ্ভুক্তি হব । ইয়াৰ তিনি বছৰৰ পূৰ্বে কৰ্ণাটকৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিছিল আহোম বুৰঞ্জী…

Read More

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়ে ৰাজ্যপালে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই অধিসূচনাযোগে নিযুক্তি দিয়ে উপাচার্যসকলক । ড০ হিতেশ ডেকাক নিযুক্তি নগাঁও বিশ্ববিদ্যালয়ত   । অধ্যাপক জ্যোতিপ্রসাদ শইকীয়াক নিযুক্তি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত । অধ্যাপক মহাদেৱ পাটগিৰিক নিযুক্তি শিৱসাগৰ বিশ্ববিদ্যালয়ত । অধ্যাপক মুকুল বৰাক নিযুক্তি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত । অধ্যাপক তাৰণী চন্দ্ৰ ডেকাক নিযুক্তি বঙাইগাঁও বিশ্ববিদ্যালয়ত…

Read More

AREA 51 আজিও এক ৰহস্য ! কি আছে AREA 51ৰ ভিতৰভাগত !

প্ৰায়ে সময়ে AREA 51 ক লৈ উত্থাপিত হৈ বিভিন্ন প্ৰশ্ন কিন্তু, Area 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদা প্ৰান্তৰ এখন অতি গোপনীয় সামৰিক ঘাঁটি।এই স্থানটো লাছ ভেগাছৰ পৰা প্ৰায় ৮৩ কি:মি উত্তৰে অৱস্থিত।ইয়াক Unit 51, Dreamland, আৰু Groom Lake বুলিও কোৱা হয়। কিন্তু, বৰ্তমান সময়তও বিভিন্ন মানুহে Area 51 ত চৰকাৰে এলিয়েনৰ মৃতদেহ আৰু তেওঁলোকৰ প্ৰযুক্তি…

Read More

ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ উত্তৰ-পূৰ্বাঞ্চলত মুকলি প্ৰথমখন Aqua Tech পার্ক

ৰাজ্যবাসীৰ বাবে সু-খবৰ । মীন উৎপাদনৰ স্বাৱলম্বীতাৰ দিশত উল্লেখযোগ্য সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । কালি সোণাপুৰৰ বগীবাৰীত মুকলি হল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম একুৱা টেক পাৰ্ক । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Aqua Tech পার্ক মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।  মীন উৎপাদন বৃদ্ধিকে ধৰি মীন পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে…

Read More

পৃথিৱীৰ আটাইতকৈ হিংসাত্মক জনজাতি | যাৰ ওচৰত যোৱাটো একেবাৰে নিষিদ্ধ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰআইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে। এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে। জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী…

Read More

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্চ।

কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী। য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। ২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত…

Read More

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ…

Read More

ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু” প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।DRDO য়ে জনোৱা অনুসৰি –এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি। এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি…

Read More

সামাজিক মাধ্যমৰ ক’লা দিশ ! যাৰ বাবে ধ্বংস হৈছে বহু মানুহৰ জীৱন !

বৰ্তমান সামাজিক মাধ্যমৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা ঘটা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত মানুহে শুই উঠিয়েই হাতত লয় নিজৰ স্মাৰ্ট ফোনটো।ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱা সময়লৈ আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ স্মাৰ্ট ফোনটো। যত উপলব্ধ আছে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্ম। আমি নিতৌ বেছিভাগ সময় কটাও সামাজিক মাধ্যমত।কিন্তু,বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যম অন্ধকাৰ দিশে গৈ আছে,…

Read More

আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’

শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…

Read More