Braking

ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

গাজাত ভয়ংকৰ পৰিস্থিতি I গাজা ইজৰাইলৰ যুদ্ধই প্ৰাণ ললে ৫ জন সাংবাদিকৰ ।

ইজৰাইলৰ আক্ৰমণত নিহত আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ ৫ গৰাকীকৈ সাংবাদিক । গাজাৰ আল-শ্বিফা হাস্পতালৰ সন্মুখত আছিল সাংবাদিকৰ শিবিৰ ।

লাইভ সম্প্ৰচাৰৰ মাজতেই সাংবাদিকৰ বিস্ফোৰণ । ইজৰাইলৰ আক্ৰমণত নিহত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ, মহম্মদ ক্রেইকেহ,কেমেৰামেন ইব্রাহিম জাহেৰ, মোৱামেন আলিৱা আৰু মহম্মদ নৌফাল ।

Leave a Reply