Braking

GMCH ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু

GMCH ত ভয়ংকৰ ঘটনা । NICU ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু । অবিশ্বাস্য যেন লাগিলেও এইয়াই বাস্তৱ ! GMCH ৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত ঘটিল অঘটন । GMCHৰ BABY NICU বিছনাৰ পৰা পৰিল ৪ নৱজাতক । GMCH কর্তৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি এটি কণমানি কন্যা দেৱশিশুৰ । একেখন বিচনাত ৰাখিছিল ৪ টা শিশু…

Read More

পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য

ৰাইজক পুনৰ মাধমাৰ । ৰাইজক পুনৰ মাধমাৰ পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য । পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য । ৰাইজক পুনৰ মাধমাৰ । পূৰ্বৰ ৩ মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম । ধাৰাবাহিক ভাৱে বৃদ্ধি পোৱা ঔষধৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অতি দুঃখজনক আৰু শংকাজনক পৰিস্থিতি সৃষ্টি কৰিছে । বৃদ্ধি পালে ৰক্তচাপ, এন্টিবায়…

Read More

গুজৰাটত আৰম্ভ হৈছে ভাৰতৰ প্ৰথম Tribal Genome Sequencing Project

গুজৰাট ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক বৃহৎ সংযোজন । ৰাজ্যখনৰ জনজাতীয় লোকক বিজ্ঞানসন্মত ভাৱে সুস্বাস্থ্য প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । যাৰ লক্ষ্য হৈছে বংশগত ৰোগসমূহৰ বিৰুদ্ধে নিখুঁত চিকিৎসা পদ্ধতিৰে প্ৰতিহত কৰা । এই পদক্ষেপ ২০২৫–২৬ চনৰ ৰাজ্যিক বাজেটৰ অংশ । ৰাজ্যিক জনজাতি উন্নয়ন মন্ত্ৰী কুবেৰ ডিণ্ডোৰৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ পৰামৰ্শত ঘোষণা কৰে…

Read More

জীৱন-মৰণৰ সন্ধিক্ষণত এক কঠিন সিদ্ধান্ত ইউথেনেছিয়া (Euthanasia)

জীৱন-মৰণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া । কিন্তু যিমানে গতিশীল সমাজৰ সৈতে গতি কৰিছোঁ ধাৰণা বোৰেই যে সময়ৰ সোঁতত সলনি হৈ নতুন পথৰ দিশে গতি কৰিছে । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক…

Read More

ৰাজ্যবাসীলৈ সুখবৰ অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ…

Read More

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ…

Read More