Braking

মহানগৰীৰ PVR চিনেমা হলত খহি পৰিল চিলিং

মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন । 

মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন । 

মহানগৰীৰ PVR চিনেমা হলত চিনেমা চলি থাকোতেই হঠাৎ খহি পৰিল চিলিং I এই ঘটনাত আহত হয় ৩ গৰাকী দৰ্শক ।  ঘটনাৰ পিছতেই দৰ্শকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

PVR কৰ্তৃপক্ষৰ চৰম হেমাহি ।

Zoo ৰোডৰ PVR ত চলি আছিল “MAHAVATAR NARSIMHA” নামৰ ছবিখন । চিনেমাখন চলি থকাৰ সময়তে ঘটে অঘটন । ছবি খন শেষ হবলৈ মাজত আছিল মাথোঁ কেইটামান মূহুৰ্ত । Interval ৰ পিছতেই ঘটে এই অঘটন । অঘটনৰ পিছতে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী ।

Leave a Reply