লেখক : ৰাজশ্ৰী বৰুৱা
ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ I এতিয়াৰে পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী I
কেৱল চাউলেই নহয় ,হিতাধিকাৰীয়ে লাভ কৰিব দাইল,চেনী,নিমখ ইত্যাদি সামগ্ৰীসমূহ I ৰেচন সংগ্ৰহৰ নিয়ম সলনি হ’ব ১ অক্টোবৰৰ পৰা I বজাৰৰ দামতকৈ বহু কম মূল্যত ৰেচনৰ সামগ্ৰী লাভ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ I
৬৯ টকাত লাভ কৰিব প্ৰতি কেজি মচুৰ দাইল I মাত্ৰ ১০ টকাতে লাভ কৰিব প্ৰতিকেজি নিমখ I
ৰেচনৰ গৰাকীয়ে ৭০০ টকাতেই লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ I উজালা গেছ কানেশ্যন থকা পৰিয়ালে মাত্ৰ ২৫০ টকাতেই লাভ কৰিব চিলিণ্ডাৰ I