ৰাইজক পুনৰ মাধমাৰ । ৰাইজক পুনৰ মাধমাৰ পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য ।
পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য । ৰাইজক পুনৰ মাধমাৰ । পূৰ্বৰ ৩ মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম ।
ধাৰাবাহিক ভাৱে বৃদ্ধি পোৱা ঔষধৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অতি দুঃখজনক আৰু শংকাজনক পৰিস্থিতি সৃষ্টি কৰিছে ।
বৃদ্ধি পালে ৰক্তচাপ, এন্টিবায় ‘টিক , এচিডিটি, অগ্ন্যাশয়ৰ ৰোগৰ ঔষধ, কেলচিয়াম , যকৃতৰ ঔষধৰ দাম বৃদ্ধি । চিলাকাৰৰ পূৰ্বৰ দাম আছিল ২৬৪ টকা , এতিয়া হলগৈ ২৮৩ টকা ক্লেভম-৬২৫ আৰু O2 এন্টিবায়টিকৰ বৃদ্ধি পালে দাম । ক্লেভম-৬২৫ৰ দাম ২০৪ টকাৰ পৰা ২০৮ টকালৈ বৃদ্ধি অ’-২ৰ ১৮৯ টকাৰ পৰা বৃদ্ধি পালে । ২০৭ টকালৈ অগ্ন্যাশয়ৰ ৰোগৰ পেন্কৰিয় ফ্লেটৰ দাম ২৯৮ৰ পৰা বৃদ্ধি ৩২৮ টকালৈ । CCM কেলচিয়াম টেবলেটৰ দাম ৫৪৫ৰ পৰা হ’লগৈ ৫৭২ টকা আইৰণ টোৱলেট অ’ৰ’ফাৰ এক্স-টিৰ ৩১২ৰ পৰা ৩৩৯ টকালৈ বৃদ্ধি ।
এতিয়া ধাৰাবাহিক ভাৱে বৃদ্ধি পোৱা ঔষধৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অতি দুঃখজনক আৰু শংকাজনক পৰিস্থিতি সৃষ্টি কৰিছে ।