Tag: পৰিবহণ

News Desk Report

পাঁচখন গাড়ীৰে ভাড়াৰ কেব ব্যৱসায় আৰম্ভ কৰাৰ প্ৰস্তাৱ কেন্দ্ৰৰ

ভাড়াৰ কেব ব্যৱসায়ৰ বাবে ন্যূনতম গাড়ী ৫০খনৰ পৰা পাঁচখনলৈ হ্ৰাসৰ প্ৰস্তাৱ। লাইচেন্স, যাত্ৰী সুৰক্ষা আৰু অভিযোগ নিষ্পত্তিত কি সলনি হ’ব?