NASAত জিলিকিল অসম সন্তান

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে…

Read More

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি I দুৰ্নীতিৰ বিৰুদ্ধে আলবেনিয়াৰ নতুন প্ৰয়াস I তথ্য-প্ৰযুক্তিৰ জগতত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ইউৰোপৰ দেশ আলবেনিয়াই । দেশখনৰ প্ৰধানমন্ত্ৰী এডি ৰামাই বৃহস্পতিবাৰে নতুন কেবিনেটত নিযুক্তি দিয়ে সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্বাৰা নিৰ্মিত এজন মন্ত্ৰী । এই AI মন্ত্ৰীজনৰ নাম হৈছে ডিয়েলা (Diella) ৰ শব্দগত অৰ্থ হৈছে সূৰ্য্য । দুৰ্নীতিৰ…

Read More

তেজৰ বিনিময়ত সামাজিক মাধ্যম

পুনৰ অগ্নিগৰ্ভা নেপাল । তেজৰ বিনিময়ত সামাজিক মাধ্যম I পুনৰ অগ্নিগৰ্ভা নেপাল । এইবাৰ গোষ্ঠীগত সংঘৰ্ষত নেপাল জ্বলা নাই , নেপাল জ্বলিছে সামাজিক মাধ্যমৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ বাবে হে । ছ’চিয়েল মিডিয়াৰ নিষিদ্ধকৰণক লৈ প্ৰতিবাদত উত্তাল নেপালৰ কাঠমাণ্ডু চহৰ । নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল ২৬ টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম । নিষিদ্ধ কৰা প্লেটফৰ্মসমূহৰ…

Read More

আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ

আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ । আজি বছৰৰ অন্তিমটো পূর্ণগ্রাস চন্দ্র গ্রহণ । ৯ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ । সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময় ১ ঘণ্টা ২২ মিনিট । চন্দ্ৰটো পূৰ্ণগ্ৰাসৰ কৱলত পৰিব ১১ বাজি ৪২ মিনিটত । প্রায় ৩ ঘণ্টা ২৮ মিনিটৰ বাবে ঘটিব পৰিঘটনা । গ্ৰহণৰ সময়ত ৰঙচুৱা…

Read More

The Vulture and The Little Girl

“The Vulture and The Little Girl ” , নব্বৈৰ দশকত তোলা এখন বিশেষ ফটো I The Vulture and The Little Girl , যাক The Struggling Girl  বুলিও কোৱা হয় I কেভিন কাৰ্টাৰৰ এখন ফটো যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল । ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে দ্য নিউয়ৰ্ক টাইমছত  প্ৰকাশ পাইছিল এই বিশেষ ফটোখন । প্ৰতিচ্ছবিখনে চুডানৰ বিধ্বংসী…

Read More

ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

গাজাত ভয়ংকৰ পৰিস্থিতি I গাজা ইজৰাইলৰ যুদ্ধই প্ৰাণ ললে ৫ জন সাংবাদিকৰ । ইজৰাইলৰ আক্ৰমণত নিহত আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ ৫ গৰাকীকৈ সাংবাদিক । গাজাৰ আল-শ্বিফা হাস্পতালৰ সন্মুখত আছিল সাংবাদিকৰ শিবিৰ । লাইভ সম্প্ৰচাৰৰ মাজতেই সাংবাদিকৰ বিস্ফোৰণ । ইজৰাইলৰ আক্ৰমণত নিহত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ, মহম্মদ ক্রেইকেহ,কেমেৰামেন ইব্রাহিম জাহেৰ, মোৱামেন আলিৱা আৰু…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

য়েমেন উপকূলৱৰ্তী সমুদ্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা

এক ভয়ংকৰ নাও দুৰ্ঘটনা । সমগ্ৰ বিশ্ব কঁপাই গৈছে যোৱা এই নাও দুৰ্ঘটনা । য়েমেন উপকূলৱৰ্তী সমুদ্ৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । সমুদ্ৰত ডুব যায় ইথিউপিয়াৰ যাত্রীবাহী নাও । ইথিউপিয়াৰ প্ৰব্ৰজনকাৰীৰে পৰিপূৰ্ণ আছিল নাওখন । ইথিউপিয়াৰ পৰা য়েমেন অভিমুখী যাত্ৰীবাহী নাওখন য়েমেন পোৱাৰ পূৰ্বে আৰব সাগৰত ডুব যায় । এই দুৰ্ঘটনাত মৃত্যু হয় ৬৮…

Read More

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More