এইবাৰ সেমেকা শৰৎ

এইবাৰ সেমেকা শৰৎ । এইবেলি দুৰ্গা পূজাত নাই পূৰ্বৰ দৰে উচাহ । জুবিন গাৰ্গৰ মৃত্যত ম্লান পৰিছে সমগ্ৰ ৰাজ্য ।জুবিন গাৰ্গ বিহীন প্ৰথমটো দুৰ্গোৎসৱ । এইবাৰ পূজা মণ্ডপত নাই জাক জমকতা । চৌদিশে সেমেকা পৰিবেশৰ মাজত বৈদিক মন্ত্ৰোচ্চাৰণেৰে আয়ম্বৰপূৰ্ণ পূজা অৰ্চনা । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা মণ্ডপত দেখা গল জুবিন গাৰ্গৰ আলোকচিত্ৰৰে সজাই তোলা মণ্ডপ…

Read More

অসমলৈ লৈ অনা হ’ব অনুপম বৃন্দাৱনী বস্ত্ৰ

অসমলৈ লৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ I মুখ্যমন্ত্ৰীয়ে অসমবাসীক দিলে ভাল খবৰ । ২০২৭ত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰখন ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ কৰা হ’ব অত্যাধুনিক সংগ্ৰহালয়তাহানিৰ প্রাগজ্যোতিষপুৰতে অতীজৰে পৰা জ্যোতিষ বিদ্যাৰ লগতে বয়ন শিল্পৰ জন্ম হৈছিল বুলি কোৱা হয়। বিশেষকৈ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমৰ সাহিত্য, সংস্কৃতিৰ লগতে…

Read More

The Vulture and The Little Girl

“The Vulture and The Little Girl ” , নব্বৈৰ দশকত তোলা এখন বিশেষ ফটো I The Vulture and The Little Girl , যাক The Struggling Girl  বুলিও কোৱা হয় I কেভিন কাৰ্টাৰৰ এখন ফটো যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল । ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে দ্য নিউয়ৰ্ক টাইমছত  প্ৰকাশ পাইছিল এই বিশেষ ফটোখন । প্ৰতিচ্ছবিখনে চুডানৰ বিধ্বংসী…

Read More

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা I ভাৰতৰ আকাশত উৰা স্বাধীনতাৰ চিহ্ন I ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা প্ৰত্যেক বছৰৰ ২৬ জানুৱাৰী আৰু স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰে । “তিনি বৰণীয়া জাতীয় পতাকানীল আকাশত উৰে ,ওপৰে গেৰুৱা মাজত শুকুলাতলত শ্যামল আছে” এই পতাকাখন প্ৰতিজন ভাৰতীয়ৰ বাবে আৱেগ , স্বাধীনতাৰ প্ৰতীক । ভাৰতৰ…

Read More

ভাৰতৰ প্ৰথম মহিলা চোৰাংচোৱা নীৰা আৰ্য্যা

সময়ৰ সোঁতত পাহৰি যোৱা এগৰাকী বিপ্লৱী । নেতাজীক বচাবলৈ হত্যা কৰিছিল নিজ স্বামীক I ইতিহাসৰ পাতত বিশেষ স্থান দখল কৰা এই গৰাকী মহিলাৰ নাম নীৰা আৰ্য্যা । তেওঁ আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম মহিলা চোৰাংচোৱা তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সাহসিনী যোদ্ধা I উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ খেকৰা নগৰত  ১৯০২ চনৰ ৫ মাৰ্চত জন্মগ্রহণ কৰা নীৰা…

Read More

অভিনেতা , নাট্যকাৰ , পৰিচালক নটসূৰ্য্য ফণী শৰ্মাক সুঁৱৰি

অসমৰ সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ ভিতৰত অন্যতম নটসূৰ্য্য ফণী শৰ্মা I তেওঁ আছিল অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক ফণী শৰ্মা I ফণী শৰ্মাই তেজপুৰৰ বাণ থিয়েটাৰৰ মহিলা দৰ্শকৰ বাবে নিৰ্ধাৰিত গেলেৰীৰ দ্বাৰৰক্ষী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল । ১৯২৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে, ‘ৰাণা প্ৰতাপ’ নাটকত সম্ৰাট আকবৰৰ চৰিত্ৰত ।…

Read More