‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ
‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ । গুৱাহাটীসহ ৰাজ্যৰ ৭টাকৈ স্থানত অনুষ্ঠিত হ’ব গ্রন্থমেলা । ৮ খন জিলাত ৪ মাহ ধৰি চলিব অসম গ্ৰন্থমেলা ।বঙাইগাঁও, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, নলবাৰী, শিলচৰ, মঙলদৈত অনুষ্ঠিত হব গ্রন্থমেলা । বঙাইগাঁওত ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । লক্ষীমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত…