āĻŽā§āϝāĻžāύāĻŽāĻžā§°ā§° āϏāĻāϝā§āĻā§āϤ āĻŽā§āĻā§āϤ āĻŦāĻžāĻšāĻŋāύ⧠āĻ āϏāĻŽ āĻļāĻŋāĻŦāĻŋā§°āϤ āĻāĻžā§°āϤā§āϝāĻŧ āϏā§āύāĻžā§° āĻāĻā§ā§°āĻŽāĻŖ ā§§ā§Ļā§ĻāĻāύ āĻĄā§ā§°ā§āύā§ā§°ā§ ā§Ē āĻāĻž āĻļāĻŋāĻŦāĻŋā§°āϤ āĻāĻā§ā§°āĻŽāĻŖ
ম্যানমাৰস্থিত সংযুক্ত মুক্ত বাহিনী অসম শিবিৰত সেনাৰ আক্ৰমণ । আলফা (স্বাধীন) ৰ ৪টা শিবিৰত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাই ভাৰতীয় সেনাই । ১০০খন ড্ৰোনেৰে ১৫০টা বোমা নিক্ষেপ কৰি ভাৰতীয় সেনাৰ এই আক্ৰমণ । খবৰ অনুসৰি আক্ৰমণত নিহত আলফা নেতা নয়ন অসম লগতে কেইবাজনো আলফা(স্বাঃ)ৰ সদস্য আহত হৈছে । পৰৱৰ্তী সময়ত আলফা(স্বাঃ) ৰ ওপৰত পুনৰ ভয়ংকৰ আক্রমণ…