āĻ āϏāĻŽā§° āĻā§ā§°ā§ą āĻļā§āĻŦāĻšā§āĻĻ āĻā§āĻĒā§āϤā§āĻāύ āĻāĻŋāύā§āĻā§ āĻāĻā§
‘অসমৰ কাৰ্গিল নায়ক’ জিন্টু গগৈৰ স্মৃতি সুঁৱৰি.. ১৯৯৯ চনৰ ২৬ জুলাই , দেশৰ ইতিহাসত সাহস, উৎসৰ্গা আৰু দেশপ্ৰেমৰ এক অবিস্মৰণীয় দিন । ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাভূত কৰি সীমান্তত বিজয় ধ্বজা উৰুৱাইছিল । সেই যুদ্ধতে অগণন সেনানীৰ বলিদানৰ লগতে প্ৰাণ হেৰুৱাইছিল…