Braking

সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত ১০০ টকাৰ স্মাৰক মুদ্রা

ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান প্ৰদান কৰাৰ ঘোষণা ৰাজ্য চৰকাৰৰ । সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে। সুধাকণ্ঠৰ জন্ম…

Read More

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

সামগ্ৰিক অসমৰ উন্নয়নৰ বাবে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । অনুপ্ৰৱেশকাৰীৰ আধাৰ কাৰ্ড প্ৰাপ্তিক ৰোধ কৰিবলৈ আবেদনৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন I অনুপ্রবেশকাৰীয়ে আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেটে অসমত ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন জনাইছে ।জিলা আয়ুক্তসকলক…

Read More