পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক
পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক । একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে । খালী কৰোৱা হয় একাধিক বিদ্যালয় । কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে । স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি…