গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু
গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু । পদচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যম যোগে ঘোষণা কৰে এই সিদ্ধান্তৰ । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ হ’ব ৫ খন সেঁতু । জালুকবাৰী , তেতেলীয়া, গড়চুক, ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটী পইন্ট, লালমাটিৰ গেম ভিলেজৰ সমীপত নিৰ্মাণ কৰা হব সেতু কেইখন…