Braking

‘⧰⧈ ⧰⧈ āĻŦāĻŋāύāĻžāϞ⧇’ āϞ⧈ ā§°āĻžāχāϜ⧰ āĻŦāĻŋāĻĒ⧁āϞ āϏāρāĻšāĻžā§°āĻŋ

জুবিন গাৰ্গৰ অন্তিম খন সপোনৰ ছবি “ৰৈ ৰৈ বিনালে” I ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি I জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ নিশ্চিতভাৱে এখন শ্ৰেষ্ঠ ছবি হবলৈ গৈ আছে । এইয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টি ৰাজিত থকা নতুনত্ব , জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক হে নিৰাশ নকৰিব…

Read More

āϜ⧁āĻŦāĻŋāύ⧰ āĻŽā§ƒāĻ¤ā§āϝ⧁⧰⧇ āĻ…āĻ­āĻŋāϝ⧁āĻ•ā§āϤ āĻļā§āϝāĻžāĻŽāĻ•āĻžāύ⧁ , āϏāĻŋāĻĻā§āϧāĻžā§°ā§āĻĨāĻ• āĻ—ā§ā§°ā§‡āĻĒā§āϤāĻžā§°

জুবিনৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু , সিদ্ধাৰ্থক গ্ৰেপ্তাৰ । জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিন পিছত গ্ৰেপ্তাৰ হল দুই অভিযুক্ত । অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ সৈতে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ । হাতত হেণ্ডকাফ লগাই CID কাৰ্যালয়ত হাজিৰ কৰোৱা হ’ল সিদ্ধাৰ্থ-শ্যামকানুক । আৰক্ষীয়ে ১৪ দিনৰ CID ৰ জিম্মাত ৰাখিব শ্যামকানু…

Read More

āϜ⧁āĻŦāĻŋāύ⧰ āĻŽā§ƒāĻ¤ā§āϝ⧁āĻ• āϞ⧈ āĻ•āĻ ā§‹ā§° āϏāĻĻ⧌ āĻ…āϏāĻŽ āωāϕ⧀āϞ āϏāĻ¨ā§āĻĨāĻž

সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে । জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উকীল সমাজ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে । সমগ্ৰ ৰাজ্যখনৰ ৰাইজে প্ৰতিদিনে বিচাৰি আছে আৰু দাবী কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওঁক আৰু জুবিন গাৰ্গে ন্যায় পাওক । তাৰ মাজতে সদৌ অসম উকীল সন্থা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । জুবিন গাৰ্গৰ…

Read More

āĻļā§āϝāĻžāĻŽāĻ•āĻžāύ⧁ āĻŽāĻšāĻ¨ā§āϤāĻ• āĻŦā§āϞ⧇āĻ•āϞāĻŋāĻˇā§āϟ āϕ⧰āĻŋāϞ⧇ āĻ…āϏāĻŽ āϚ⧰āĻ•āĻžā§°ā§‡

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান । ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক নিদিয়ে চৰকাৰী পুঁজি অথবা বিজ্ঞাপন I লগতে কেন্দ্ৰীয় চৰকাৰকো শ্যামকানু মহন্তক নিষিদ্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । সামাজিক মাধ্যম যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ ।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ তুলপাৰ সমগ্ৰ ৰাজ্য । প্ৰিয় শিল্পীজনৰ ন্যায় বিচাৰি ৰাজ্যত বিভিন্ন প্ৰান্তত…

Read More