āĻāĻŋāĻĒāĻžāĻšā§ āĻŦāĻŋāĻĻā§ā§°ā§āĻšā§° āĻā§ā§°āĻŋ āϧ⧰ā§āĻāϤāĻž
স্বাধীনতা সংগ্ৰামী মঙ্গল পাণ্ডে ব্ৰিটিছে ভাৰতবৰ্ষ দখল কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ অধিকাংশ ব্যক্তিয়ে ভাৰতবৰ্ষক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। ইংৰাজ কবলৰ পৰা ভাৰতক মুকলি কৰিবলৈ প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল ১৮৫৭ চনত। চিপাহী বিদ্ৰোহেই আছিল ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ । এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হৈছিল । এই স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতৰ…