āĻā§ā§ąāĻžāĻšāĻžāĻā§āϤ āĻāĻĻā§āϧāĻžā§° āĻŽāĻžāϤā§-āĻāύā§āϝāĻžā§° āĻŽā§āϤāĻĻā§āĻš ! āĻĒā§ā§°āĻā§āϤāϤ⧠āĻāĻŋ āĻšā§āĻāĻŋāϞ ⧍ā§Ē āĻā§āϞāĻžāĻā§° āύāĻŋāĻļāĻž ?
মহানগৰীৰ আদাবাৰীৰ কামাখ্যা নগৰৰ বৰুৱা ভৱনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।শোৱাপাটিতে মৃত্যুক সাৱতি ল’লে মাতৃ-কন্যাই। জানিব পৰা মতে, ওচৰৰ কোঠালিতে শুই আছিল যুৱতীগৰাকীৰ পিতৃ।কিন্তু, তেওঁ অগ্নিকাণ্ডৰ বিষয়ে একো জানিব পৰা নাছিল বুলি মন্তব্য প্ৰকাশ কৰে যুৱতীগৰাকীৰ পিতৃয়ে । তথ্য অনুসৰি, ২৪ জুলাই বৃহস্পতিবাৰে পুৱা অঞ্চলটোৰ স্থানীয় ৰাইজে কোঠালিৰ পৰা ধোৱা ওলাই থকা দেখা পায়।সেই কোঠালিৰ…