Braking

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই I আজি হত‍্যাকাৰী ৰিন্টু শৰ্মাক মৃত‍্যুদণ্ডৰ ৰায় দিলে আদালতে I হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পালে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতাৰ পৰিয়ালে  । হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত হোৱাৰ পিছদিনাই ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে মৃত‍্যুদণ্ডৰ ৰায় দিলে । ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ অন্তত দোষী সাব্যস্ত কৰিছিল…

Read More