āϏā§āĻŖāĻžāĻĒā§ā§°ā§° āĻā§āϞāĻžā§ą “NIRVANA” āϤ āĻā§°āĻā§āώā§ā§° āĻ āĻāĻŋāϝāĻžāύāĨ¤
ক্লাৱ NIRVANA ত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি চলালে অভিযান। বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাৱ NIRVANA আইপিএল জুৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। আইজলৰ চাৰিজন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে ।আটক হোৱা চাৰিওজনৰ পৰা জুৱাত ব্যবহৃত বৃহৎ…