আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ
আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ । দেশৰ কোটি কোটি লোকে লাভ কৰিলে এই ধন । ৯ কোটি ৭০ লাখ কৃষকলৈ ঋণৰ ধন বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০তম কিস্তিৰ জৰিয়তে ২০ হাজাৰ ৫০০ কোটি টকাৰ হস্তান্তৰ কৰে । বাৰাণসীত অনুষ্ঠিত মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে ৰাজ্যৰ লাহোৱালস্থিত ডিব্ৰুগড়…