শিলচৰত গ্ৰেপ্তাৰ মুন্নাভাই MBBS
ৰাজ্যত অব্যাহত আছে ভুৱা চিকিৎসকৰ ব্যৱসায় । সমান্তৰালভাৱে অব্যাহত আছে ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক । শিলচৰ হাস্পতালৰ পৰা মেডিকেল পঞ্জীয়ন বিভাগৰ ভিজিলেন্সে আটক কৰে পুলক মালাকাৰক । আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ভুৱা চিকিৎসক পুলক মালাকাৰক । প্রসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞৰূপে পুলকে চলাই আহিছিল চিকিৎসা…