Braking

শীঘ্ৰেই গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত চলিব উচ্ছেদ অভিযান

একাংশ মিঞাৰ দখলত আদিংগিৰি পাহাৰ । গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান । গুৱাহাটীৰ মালিগাঁওৰ আদিংগিৰি সূৰ্য পাহাৰত মিঞাৰ দপদপনি । প্ৰায় ৩০০ ঘৰ মানুহে অবৈধভাৱে সাজিছে ঘৰ । পাহাৰৰ বুকুত শ শ গছ গছনি কাটি সেই ঠাই দখল কৰিছিল  বেদখলকাৰীয়ে । অবৈধ বসতি স্থাপনৰ উদ্দেশ্য ঘৰ- দুৱাৰ , দোকান পোহাৰ , মছজিদ আদি…

Read More