Braking

The Vulture and The Little Girl

“The Vulture and The Little Girl ” , নব্বৈৰ দশকত তোলা এখন বিশেষ ফটো I The Vulture and The Little Girl , যাক The Struggling Girl  বুলিও কোৱা হয় I কেভিন কাৰ্টাৰৰ এখন ফটো যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল । ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে দ্য নিউয়ৰ্ক টাইমছত  প্ৰকাশ পাইছিল এই বিশেষ ফটোখন । প্ৰতিচ্ছবিখনে চুডানৰ বিধ্বংসী…

Read More