āĻāĻžā§°ā§āĻā§āύ⧰ āĻĒā§°āĻžāĻ āϏā§āώā§āĻāĻŋ āĻšā§ā§ąāĻž āĻā§āĻĄāĻŋ āĻŦāĻŋāϝāĻŧā§ā§°ā§° āĻāĻžāĻšāĻŋāύā§âĻ..
টেডি বিয়েৰ সকলোৰে প্ৰিয় নহয় নে ? শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে সকলোৰে বাবে এটি মৰমৰ উপহাৰ এই টেডি বিয়েৰ । বিশেষকৈ ভেলেণ্টাইন ডে’ত প্ৰেমৰ প্ৰতীক হিচাপেও টেডি বিয়েৰ ব্যৱহাৰ কৰা হয় । ১৯ শতিকাৰ শেষৰ ফালে প্ৰচলন আৰম্ভ হৈছিল টেডি বিয়েৰৰ । ইতিহাসো যথেষ্ট আকৰ্ষণীয় । টেডি বিয়েৰ (Teddy Bear) নামেৰে জনাজাত এই পুতলা ভালুক…