ভাৰতৰ প্ৰথম মহিলা চোৰাংচোৱা নীৰা আৰ্য্যা
সময়ৰ সোঁতত পাহৰি যোৱা এগৰাকী বিপ্লৱী । নেতাজীক বচাবলৈ হত্যা কৰিছিল নিজ স্বামীক I ইতিহাসৰ পাতত বিশেষ স্থান দখল কৰা এই গৰাকী মহিলাৰ নাম নীৰা আৰ্য্যা । তেওঁ আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম মহিলা চোৰাংচোৱা তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সাহসিনী যোদ্ধা I উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ খেকৰা নগৰত ১৯০২ চনৰ ৫ মাৰ্চত জন্মগ্রহণ কৰা নীৰা…