Braking

‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি

জুবিন গাৰ্গৰ অন্তিম খন সপোনৰ ছবি “ৰৈ ৰৈ বিনালে” I ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি I জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ নিশ্চিতভাৱে এখন শ্ৰেষ্ঠ ছবি হবলৈ গৈ আছে । এইয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টি ৰাজিত থকা নতুনত্ব , জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক হে নিৰাশ নকৰিব…

Read More

জুবিনৰ মৃত্যুক লৈ কঠোৰ সদৌ অসম উকীল সন্থা

সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে । জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উকীল সমাজ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে । সমগ্ৰ ৰাজ্যখনৰ ৰাইজে প্ৰতিদিনে বিচাৰি আছে আৰু দাবী কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওঁক আৰু জুবিন গাৰ্গে ন্যায় পাওক । তাৰ মাজতে সদৌ অসম উকীল সন্থা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । জুবিন গাৰ্গৰ…

Read More

শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান । ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক নিদিয়ে চৰকাৰী পুঁজি অথবা বিজ্ঞাপন I লগতে কেন্দ্ৰীয় চৰকাৰকো শ্যামকানু মহন্তক নিষিদ্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । সামাজিক মাধ্যম যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ ।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ তুলপাৰ সমগ্ৰ ৰাজ্য । প্ৰিয় শিল্পীজনৰ ন্যায় বিচাৰি ৰাজ্যত বিভিন্ন প্ৰান্তত…

Read More