Skip to content
আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ I হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ I
ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ । এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল I
ৰাজ্যত পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে।
সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত মুখৰিত হৈছে হৰিনাম , কীৰ্তনৰ ধ্বনি ।
Recent Views: 270
Like this:
Like Loading...
Related
Related News
বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী