Braking

অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন

সমজিলা গঠনৰ দিশত আন এক অনন্য পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন ।

এই বৰ্ষৰ দ্বিতীয় পর্যায়ত সংযোজন হ’ব ১০ খন সমজিলা । ২০২৪ চনৰ প্রথম পর্যায়ৰ ৩৯ খন সমজিলা উদঘাটন হৈছিল । ১২ আৰু ১৩ আগষ্টত দ্বিতীয় পৰ্যায়ৰ সমজিলা উদঘাটনৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ।

অসমৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ১০ খন নতুন সমজিলাৰ সংযোজন কৰা হৈছে ।

Leave a Reply