Braking

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত “মানুহে মানুহৰ বাবে”

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত ‘মানুহে মানুহৰ বাবে…’

নগাঁৱৰ আকাশে বতাহে মুখৰিত হল ‘মানুহে মানুহৰ বাবে’ । INDIA BOOK OF RECORDSত অন্তর্ভুক্তৰ উদ্দেশ্য ভূপেনদাৰ কালজয়ী গীতটো পৰিৱেশন কৰিলে ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষার্থীয়ে ।

নগাঁওত নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হয় এই অনুষ্ঠানৰ । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বিশাল আয়োজন ।

এই অনুষ্ঠানত উপস্থিত থাকে INDIA BOOK OF RECORDSৰ লোকসকলো । সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই পদক্ষেপ ।

Leave a Reply