Braking

য়েমেন উপকূলৱৰ্তী সমুদ্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা

এক ভয়ংকৰ নাও দুৰ্ঘটনা । সমগ্ৰ বিশ্ব কঁপাই গৈছে যোৱা এই নাও দুৰ্ঘটনা । য়েমেন উপকূলৱৰ্তী সমুদ্ৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ।

সমুদ্ৰত ডুব যায় ইথিউপিয়াৰ যাত্রীবাহী নাও । ইথিউপিয়াৰ প্ৰব্ৰজনকাৰীৰে পৰিপূৰ্ণ আছিল নাওখন । ইথিউপিয়াৰ পৰা য়েমেন অভিমুখী যাত্ৰীবাহী নাওখন য়েমেন পোৱাৰ পূৰ্বে আৰব সাগৰত ডুব যায় ।

এই দুৰ্ঘটনাত মৃত্যু হয় ৬৮ খন যাত্ৰীৰ । ২৯ গৰাকী যাত্রীক জীৱন্তে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে । এই পৰ্যন্ত সন্ধানহীন হৈ আছে ৭৪ জন যাত্ৰী ।

Leave a Reply