Braking

Simpi Begum

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত “মানুহে মানুহৰ বাবে”

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত ‘মানুহে মানুহৰ বাবে…’ নগাঁৱৰ আকাশে বতাহে মুখৰিত হল ‘মানুহে মানুহৰ বাবে’ । INDIA BOOK OF RECORDSত অন্তর্ভুক্তৰ উদ্দেশ্য ভূপেনদাৰ কালজয়ী গীতটো পৰিৱেশন কৰিলে ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষার্থীয়ে । নগাঁওত নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হয় এই অনুষ্ঠানৰ । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বিশাল আয়োজন । এই…

Read More

তেজৰ বিনিময়ত সামাজিক মাধ্যম

পুনৰ অগ্নিগৰ্ভা নেপাল । তেজৰ বিনিময়ত সামাজিক মাধ্যম I পুনৰ অগ্নিগৰ্ভা নেপাল । এইবাৰ গোষ্ঠীগত সংঘৰ্ষত নেপাল জ্বলা নাই , নেপাল জ্বলিছে সামাজিক মাধ্যমৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ বাবে হে । ছ’চিয়েল মিডিয়াৰ নিষিদ্ধকৰণক লৈ প্ৰতিবাদত উত্তাল নেপালৰ কাঠমাণ্ডু চহৰ । নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল ২৬ টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম । নিষিদ্ধ কৰা প্লেটফৰ্মসমূহৰ…

Read More

আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ

আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ । আজি বছৰৰ অন্তিমটো পূর্ণগ্রাস চন্দ্র গ্রহণ । ৯ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ । সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময় ১ ঘণ্টা ২২ মিনিট । চন্দ্ৰটো পূৰ্ণগ্ৰাসৰ কৱলত পৰিব ১১ বাজি ৪২ মিনিটত । প্রায় ৩ ঘণ্টা ২৮ মিনিটৰ বাবে ঘটিব পৰিঘটনা । গ্ৰহণৰ সময়ত ৰঙচুৱা…

Read More

অসমলৈ লৈ অনা হ’ব অনুপম বৃন্দাৱনী বস্ত্ৰ

অসমলৈ লৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ I মুখ্যমন্ত্ৰীয়ে অসমবাসীক দিলে ভাল খবৰ । ২০২৭ত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰখন ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ কৰা হ’ব অত্যাধুনিক সংগ্ৰহালয়তাহানিৰ প্রাগজ্যোতিষপুৰতে অতীজৰে পৰা জ্যোতিষ বিদ্যাৰ লগতে বয়ন শিল্পৰ জন্ম হৈছিল বুলি কোৱা হয়। বিশেষকৈ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমৰ সাহিত্য, সংস্কৃতিৰ লগতে…

Read More

দিছপুৰ আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড

দিছপুৰ আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড । পুলিবৰ আৰক্ষীৰ সহযোগত যোৰহাটৰ পৰা ৰূপম শইকীয়াক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ । বহু লোকৰ পৰা বাহন লৈ প্ৰৱঞ্চনাৰ জাল মেলিছিল ৰূপম শইকীয়াই I যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ এটা ভাড়াঘৰত আত্মগোপন কৰি আছিল ৰূপম শইকীয়াই । নিজকে পৰিবহন বিভাগৰ এনফৰ্চমেন্ট ইন্সপেক্টৰ বুলি পৰিচয় দি আশ্ৰয় লৈছিল ৰূপম…

Read More

সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত ১০০ টকাৰ স্মাৰক মুদ্রা

ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান প্ৰদান কৰাৰ ঘোষণা ৰাজ্য চৰকাৰৰ । সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে। সুধাকণ্ঠৰ জন্ম…

Read More

মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা I থিতাতে নিহত পিতা-পুত্ৰ

পুৱাই মৰাণত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত পিতা–পুত্ৰ । দুখন বাহনৰ মুখামুখি সংঘৰ্ষত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন। বলেৰ’ পিক আপ-হোণ্ডাই আৰু এক্সটাৰ বাহনৰ মাজত সংঘৰ্ষ । দুই বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মৰাণৰ পানীতোলাৰ বৰবিল গাঁৱৰ নিবাসী পিতা-পুত্ৰ খগেন বৰুৱা (৪৫) আৰু যুগল কিশোৰ বৰুৱা (১৪)…

Read More

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি

“জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ যাকেৰি নাহিকে উপাম I তোহাৰি চৰণে ৰেণু শত কৌটি বাৰেক কৰোহোঁ প্ৰণাম ||” আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে গুৰুজনাৰ গুণানুকীৰ্ত্তন। কোচবিহাৰৰ মধুপুৰ সত্ৰতো শংকৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন । উখল-মাখল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰ । হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে…

Read More

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা !

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা ! প্ৰকৃততে কি হৈছিল ? কিয় ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিলে মাজুলীৰ জীয়ৰী, জালুকবাৰীৰ বোৱাৰী বুলবুলিয়ে ? মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । গুৱাহাটীত আত্মহনন কৰিলে মাজুলীৰ যুৱতী বুলবুলি শইকীয়াই । এটা চিকিউৰিটি এজেঞ্চীত কৰ্মৰত আছিল বুলবুলি শইকীয়া । বুলবুলি শইকীয়াৰ ঘৰ মাজুলীত আৰু শিৱা কলিতাৰ ঘৰ জালুকবাৰীত বুলি…

Read More

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

সামগ্ৰিক অসমৰ উন্নয়নৰ বাবে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । অনুপ্ৰৱেশকাৰীৰ আধাৰ কাৰ্ড প্ৰাপ্তিক ৰোধ কৰিবলৈ আবেদনৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন I অনুপ্রবেশকাৰীয়ে আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেটে অসমত ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন জনাইছে ।জিলা আয়ুক্তসকলক…

Read More

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই I আজি হত‍্যাকাৰী ৰিন্টু শৰ্মাক মৃত‍্যুদণ্ডৰ ৰায় দিলে আদালতে I হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পালে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতাৰ পৰিয়ালে  । হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত হোৱাৰ পিছদিনাই ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে মৃত‍্যুদণ্ডৰ ৰায় দিলে । ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ অন্তত দোষী সাব্যস্ত কৰিছিল…

Read More

The Vulture and The Little Girl

“The Vulture and The Little Girl ” , নব্বৈৰ দশকত তোলা এখন বিশেষ ফটো I The Vulture and The Little Girl , যাক The Struggling Girl  বুলিও কোৱা হয় I কেভিন কাৰ্টাৰৰ এখন ফটো যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল । ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে দ্য নিউয়ৰ্ক টাইমছত  প্ৰকাশ পাইছিল এই বিশেষ ফটোখন । প্ৰতিচ্ছবিখনে চুডানৰ বিধ্বংসী…

Read More

আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ

আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ I হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ I ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ । এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল I ৰাজ্যত পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ…

Read More

GMCH ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু

GMCH ত ভয়ংকৰ ঘটনা । NICU ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু । অবিশ্বাস্য যেন লাগিলেও এইয়াই বাস্তৱ ! GMCH ৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত ঘটিল অঘটন । GMCHৰ BABY NICU বিছনাৰ পৰা পৰিল ৪ নৱজাতক । GMCH কর্তৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি এটি কণমানি কন্যা দেৱশিশুৰ । একেখন বিচনাত ৰাখিছিল ৪ টা শিশু…

Read More

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা I ভাৰতৰ আকাশত উৰা স্বাধীনতাৰ চিহ্ন I ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা প্ৰত্যেক বছৰৰ ২৬ জানুৱাৰী আৰু স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰে । “তিনি বৰণীয়া জাতীয় পতাকানীল আকাশত উৰে ,ওপৰে গেৰুৱা মাজত শুকুলাতলত শ্যামল আছে” এই পতাকাখন প্ৰতিজন ভাৰতীয়ৰ বাবে আৱেগ , স্বাধীনতাৰ প্ৰতীক । ভাৰতৰ…

Read More

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ । গুৱাহাটীসহ ৰাজ্যৰ ৭টাকৈ স্থানত অনুষ্ঠিত হ’ব গ্রন্থমেলা । ৮ খন জিলাত ৪ মাহ ধৰি চলিব অসম গ্ৰন্থমেলা ।বঙাইগাঁও, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, নলবাৰী, শিলচৰ, মঙলদৈত অনুষ্ঠিত হব গ্রন্থমেলা । বঙাইগাঁওত ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । লক্ষীমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত…

Read More

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ I গোৱা আৰক্ষীৰ ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ I গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে। গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ জন আৰক্ষী কনিষ্টবলে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত সফলতাৰে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় I এই…

Read More

ভাৰতৰ প্ৰথম মহিলা চোৰাংচোৱা নীৰা আৰ্য্যা

সময়ৰ সোঁতত পাহৰি যোৱা এগৰাকী বিপ্লৱী । নেতাজীক বচাবলৈ হত্যা কৰিছিল নিজ স্বামীক I ইতিহাসৰ পাতত বিশেষ স্থান দখল কৰা এই গৰাকী মহিলাৰ নাম নীৰা আৰ্য্যা । তেওঁ আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম মহিলা চোৰাংচোৱা তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সাহসিনী যোদ্ধা I উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ খেকৰা নগৰত  ১৯০২ চনৰ ৫ মাৰ্চত জন্মগ্রহণ কৰা নীৰা…

Read More

ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

গাজাত ভয়ংকৰ পৰিস্থিতি I গাজা ইজৰাইলৰ যুদ্ধই প্ৰাণ ললে ৫ জন সাংবাদিকৰ । ইজৰাইলৰ আক্ৰমণত নিহত আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ ৫ গৰাকীকৈ সাংবাদিক । গাজাৰ আল-শ্বিফা হাস্পতালৰ সন্মুখত আছিল সাংবাদিকৰ শিবিৰ । লাইভ সম্প্ৰচাৰৰ মাজতেই সাংবাদিকৰ বিস্ফোৰণ । ইজৰাইলৰ আক্ৰমণত নিহত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ, মহম্মদ ক্রেইকেহ,কেমেৰামেন ইব্রাহিম জাহেৰ, মোৱামেন আলিৱা আৰু…

Read More

অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন

সমজিলা গঠনৰ দিশত আন এক অনন্য পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন । এই বৰ্ষৰ দ্বিতীয় পর্যায়ত সংযোজন হ’ব ১০ খন সমজিলা । ২০২৪ চনৰ প্রথম পর্যায়ৰ ৩৯ খন সমজিলা উদঘাটন হৈছিল । ১২ আৰু ১৩ আগষ্টত দ্বিতীয় পৰ্যায়ৰ সমজিলা উদঘাটনৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে । অসমৰ…

Read More