Braking

‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি

জুবিন গাৰ্গৰ অন্তিম খন সপোনৰ ছবি “ৰৈ ৰৈ বিনালে” I ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি I জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ নিশ্চিতভাৱে এখন শ্ৰেষ্ঠ ছবি হবলৈ গৈ আছে । এইয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টি ৰাজিত থকা নতুনত্ব , জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক হে নিৰাশ নকৰিব…

Read More

ৰাজ্যৰ লাখ লাখ মহিলাৰ মুখত প্ৰাপ্তিৰ হাঁহি

ৰাজ্যৰ মহিলা সকলৰ সবলীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ আটাইতকৈ বৃহৎ পদক্ষেপ হৈছে অৰুণোদয় ৩.০ আঁচনি। অসমত বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্যত আজিৰে পৰা আৰম্ভ ‘অৰুণোদয় 3.0’ । এই আঁচনিৰ দ্বাৰা উপকৃত হব ৩৮ লাখৰো অধিক মহিলা । এই নতুন সংস্কৰণৰ জৰিয়তে প্ৰায় ৩৮ লক্ষাধিক নাৰী উপকৃত হ’ব, যাৰ…

Read More

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ I লোক সেৱা ভৱন, দিশপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে । বহিঃৰাজ্যত মৃত্যুবৰণ কৰা অসমৰ ব্যক্তিৰ মৃতদেহ সুকলমে ৰাজ্যলৈ ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা এক অভিনৱ…

Read More

জুবিনৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু , সিদ্ধাৰ্থক গ্ৰেপ্তাৰ

জুবিনৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু , সিদ্ধাৰ্থক গ্ৰেপ্তাৰ । জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিন পিছত গ্ৰেপ্তাৰ হল দুই অভিযুক্ত । অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ সৈতে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ । হাতত হেণ্ডকাফ লগাই CID কাৰ্যালয়ত হাজিৰ কৰোৱা হ’ল সিদ্ধাৰ্থ-শ্যামকানুক । আৰক্ষীয়ে ১৪ দিনৰ CID ৰ জিম্মাত ৰাখিব শ্যামকানু…

Read More

এইবাৰ সেমেকা শৰৎ

এইবাৰ সেমেকা শৰৎ । এইবেলি দুৰ্গা পূজাত নাই পূৰ্বৰ দৰে উচাহ । জুবিন গাৰ্গৰ মৃত্যত ম্লান পৰিছে সমগ্ৰ ৰাজ্য ।জুবিন গাৰ্গ বিহীন প্ৰথমটো দুৰ্গোৎসৱ । এইবাৰ পূজা মণ্ডপত নাই জাক জমকতা । চৌদিশে সেমেকা পৰিবেশৰ মাজত বৈদিক মন্ত্ৰোচ্চাৰণেৰে আয়ম্বৰপূৰ্ণ পূজা অৰ্চনা । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা মণ্ডপত দেখা গল জুবিন গাৰ্গৰ আলোকচিত্ৰৰে সজাই তোলা মণ্ডপ…

Read More

আজি মহাষষ্ঠী

“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ॥” আজি মহাষষ্ঠী। শৰতৰ বোকাচাত ধৰালৈ আকৌ আহিল মা দুৰ্গা I জুবিনবিহীন অসমত নাই দুৰ্গোৎসৱৰ উছাহ I সন্ধিয়া বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা । I আজি ষষ্ঠী, বেলবৰণেৰে আৰম্ভ দুৰ্গাপূজা । বেলবৰণেৰে ষষ্ঠীৰ বেদীত আজি প্রতিষ্ঠা কৰা হ’ব মহিষমর্দিনীৰ মৃন্ময় প্রতিমা I সম্পূৰ্ণ বৈদিক…

Read More

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰীয়ে কয় যে গীত মাত আৰু সংস্কৃতিৰ মাজেৰে জীয়াই ৰাখিব লাগিব । জুবিনৰ ঘটনাৰ ন্যায় লাগে । শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্য্য , ক্ষোভৰ সৈতে খেলা নকৰিবলৈ ফেচবুক লাইভ যোগে সকীয়নি মুখ্যমন্ত্ৰীৰ । ৬ অক্টোবৰ তাৰিখে তদন্তৰ CID ৰ কাৰ্যালয়ত বাবে হাজিৰ হবলৈ আহ্বান ।…

Read More

জুবিনৰ মৃত্যুক লৈ কঠোৰ সদৌ অসম উকীল সন্থা

সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে । জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উকীল সমাজ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে । সমগ্ৰ ৰাজ্যখনৰ ৰাইজে প্ৰতিদিনে বিচাৰি আছে আৰু দাবী কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওঁক আৰু জুবিন গাৰ্গে ন্যায় পাওক । তাৰ মাজতে সদৌ অসম উকীল সন্থা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । জুবিন গাৰ্গৰ…

Read More

শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান । ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক নিদিয়ে চৰকাৰী পুঁজি অথবা বিজ্ঞাপন I লগতে কেন্দ্ৰীয় চৰকাৰকো শ্যামকানু মহন্তক নিষিদ্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । সামাজিক মাধ্যম যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ ।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ তুলপাৰ সমগ্ৰ ৰাজ্য । প্ৰিয় শিল্পীজনৰ ন্যায় বিচাৰি ৰাজ্যত বিভিন্ন প্ৰান্তত…

Read More

যেনেকৈ কৈছিল তেনেকৈ গলগৈ….

যেনেকৈ কৈছিল তেনেকৈ গলগৈ….উত্তাল সাগৰক আঁকোৱালী লৈ সাগৰ তলিত চিৰনিদ্ৰাত জুবিন গাৰ্গ I প্ৰাণৰ মানুহজন গ’লগৈ । এটা যুগৰ অৱসান I অসমীয়াক কন্দুৱাই অজান দেশলৈ গ’লগৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ । কিছুমান খবৰ মানিবলৈ বৰ কষ্টকৰ, বৰ বেদনদায়ক । জুবিন গাৰ্গ আৰু নাই….এই মৃত্যুৰ খবৰ অসহনীয় । জাতিৰ অমূল্য সম্পদ আমি হেৰুৱালোঁ৷ ইয়াতকৈ দুখৰ…

Read More

অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰৰ নিখোজ ৩ কিশোৰী

কোন দিশে গতি কৰিছে যুৱ প্ৰজন্মই ? বিশ্বকর্মা পূজাৰ দিনাই মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ গৰাকী কিশোৰীক উদ্ধাৰ । অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰৰ নিখোজ ৩ কিশোৰী । কিশোৰী কেই গৰাকী আছিল চুইটি দাস (১৪),টিনা ৰাভা (১২) আৰু ইছা নাথ (১৪) ৷ নিশা উলুবাৰীৰ KFC ৰ ওচৰৰ পৰা উদ্ধাৰ হয় ৩ কিশোৰীক । কিন্তু ক’ত…

Read More

শাৰদীয় দুৰ্গোৎসৱক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে

দুর্গা পূজাক লৈ আহি গ’ল SOP । সমাগত শাৰদীয় দুৰ্গোৎসৱক লৈ জাৰি কৰা হল SOP । দুৰ্গোৎসৱক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে । পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী-প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি I পর্যাপ্ত ভলিন্টিয়াৰ নিয়োগ কৰিব লাগিব পূজা কমিটিয়ে I অতিৰিক্তিভাবে লাইটৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিয়ে I অগ্নি নির্বাপনৰ ব্যৱস্থাৰ লগতে প্রয়োজনীয়…

Read More

কিমান সম্পত্তিৰ গৰাকী ACS নূপুৰ বৰা ?

কিমান সম্পত্তিৰ গৰাকী ACS নূপুৰ বৰা ? পোহৰলৈ আহিছে নূপুৰ বৰাৰ পাহাৰসম সম্পত্তিৰ ন ন তথ্য । ১৫ ছেপ্টেম্বৰত ACS বিষয়াৰ ঘৰত চলিল CM ভিজিলেঞ্চে চলাইছিল অভিযান । নূপুৰ বৰাই সোঁৱে বাওঁৱে গঢ়িলে সম্পত্তিৰ পাহাৰ । ৬ বছৰীয়া কৰ্ম জীৱনত গঢ়িলে পৰ্বতসম সম্পত্তি । ৬ মাহৰ পৰা CM ভিজিলেঞ্চে গোপনে অনুসৰণ কৰি আছিল ACS নুপূৰ…

Read More

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি I দুৰ্নীতিৰ বিৰুদ্ধে আলবেনিয়াৰ নতুন প্ৰয়াস I তথ্য-প্ৰযুক্তিৰ জগতত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ইউৰোপৰ দেশ আলবেনিয়াই । দেশখনৰ প্ৰধানমন্ত্ৰী এডি ৰামাই বৃহস্পতিবাৰে নতুন কেবিনেটত নিযুক্তি দিয়ে সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্বাৰা নিৰ্মিত এজন মন্ত্ৰী । এই AI মন্ত্ৰীজনৰ নাম হৈছে ডিয়েলা (Diella) ৰ শব্দগত অৰ্থ হৈছে সূৰ্য্য । দুৰ্নীতিৰ…

Read More

প্ৰতিবাদত উত্তাল লণ্ডনৰ ৰাজপথ

নেপালৰ পিছত এইবাৰ লণ্ডনত বিদ্ৰোহৰ জুই । স্তব্ধ হৈ পৰিল সমগ্ৰ লণ্ডন । বিদ্ৰোহ-প্ৰতিবাদত উত্তাল চেণ্ট্ৰেল লণ্ডন । প্ৰতিবাদত উত্তাল লণ্ডনৰ ৰাজপথ । অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল প্ৰায় ১ লাখ ১০ হাজাৰ লোক । এই বিশাল প্ৰতিবাদৰ আঁৰত এজন ব্যক্তি । তেওঁৰ নাম টমি ৰবিনছন । আনহাতে ‘ষ্টেণ্ড আপ টু ৰেচিজম” সংস্থাটোৱে প্ৰতিবাদৰ…

Read More

উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I অসমৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I দুদিনীয়া কাৰ্য্যসূচীৰে ১৩ ছেপ্টেম্বৰত অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি অসমক ধন্য কৰে।ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ মূখ্য অতিথি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসমবাসীৰ বাবে গৌৰৱৰ…

Read More

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম I ঐতিহাসিক ক্ষণটোৰ সাক্ষী হ’ল পাৰ্বত্য ৰাজ্যখনৰ ৰাইজ। স্বাধীনতাৰ ৭ টা দশকৰ পাছত প্ৰথমবাৰৰ বাবে মিজোৰাম ৰে’লযোগে সংযুক্ত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ সৈতে । প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলে বৈৰৱী-ছাইৰাং ব্রডগজ ৰে’লপথ । স্বাধীনতাৰ ৭৮ বছৰ পাছত প্ৰথমবাৰলৈ ভাৰতৰ ৰে’ল মানচিত্ৰৰ সৈতে সংযুক্ত হ’ল মিজোৰাম । ভৈৰৱী-চাইৰাং ষ্টেচনৰ পৰা…

Read More

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত “মানুহে মানুহৰ বাবে”

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত ‘মানুহে মানুহৰ বাবে…’ নগাঁৱৰ আকাশে বতাহে মুখৰিত হল ‘মানুহে মানুহৰ বাবে’ । INDIA BOOK OF RECORDSত অন্তর্ভুক্তৰ উদ্দেশ্য ভূপেনদাৰ কালজয়ী গীতটো পৰিৱেশন কৰিলে ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষার্থীয়ে । নগাঁওত নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হয় এই অনুষ্ঠানৰ । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বিশাল আয়োজন । এই…

Read More

তেজৰ বিনিময়ত সামাজিক মাধ্যম

পুনৰ অগ্নিগৰ্ভা নেপাল । তেজৰ বিনিময়ত সামাজিক মাধ্যম I পুনৰ অগ্নিগৰ্ভা নেপাল । এইবাৰ গোষ্ঠীগত সংঘৰ্ষত নেপাল জ্বলা নাই , নেপাল জ্বলিছে সামাজিক মাধ্যমৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ বাবে হে । ছ’চিয়েল মিডিয়াৰ নিষিদ্ধকৰণক লৈ প্ৰতিবাদত উত্তাল নেপালৰ কাঠমাণ্ডু চহৰ । নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল ২৬ টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম । নিষিদ্ধ কৰা প্লেটফৰ্মসমূহৰ…

Read More

আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ

আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ । আজি বছৰৰ অন্তিমটো পূর্ণগ্রাস চন্দ্র গ্রহণ । ৯ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ । সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময় ১ ঘণ্টা ২২ মিনিট । চন্দ্ৰটো পূৰ্ণগ্ৰাসৰ কৱলত পৰিব ১১ বাজি ৪২ মিনিটত । প্রায় ৩ ঘণ্টা ২৮ মিনিটৰ বাবে ঘটিব পৰিঘটনা । গ্ৰহণৰ সময়ত ৰঙচুৱা…

Read More