মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ ৰ আবেদন পত্ৰসমূহ বিতৰণ কাৰ্য্যসূচী

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান । গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ । ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে ৰাজ্যৰ লাখ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ নিযুত…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More