NASAত জিলিকিল অসম সন্তান

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে…

Read More

বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ

তীৰ্থনগৰী হাজোৰ হালোগাৱত খেতি পথাৰত দেখিবলৈ পোৱা গৈছে এক নান্দনিক দৃশ্য । বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ । পথাৰখনত জিলিকিছে বহু ৰং বিৰঙী ছাতি । সহজে কিনিব নোৱাৰা এই ছাতিবোৰ তৈয়াৰ কৰা হৈছে অসমীয়াৰ স্বাভিমান গামোছা, পাট-মুগাৰ কাপোৰৰে তৈয়াৰ কৰা হৈছে । বিশেষকৈ দৰাৰ বাবে তেওঁ তৈয়াৰ কৰে এই থলুৱা সামগ্ৰীবোৰ ।…

Read More

বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী

বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী I দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰথমদিনৰ কাৰ্য্যসূচী অনুসৰি ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উপস্থিত হৈয়েই আদানীৰ উপস্থিতিত অত্যাধুনিক ৰূপত সজাই তোলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে । উল্লেখ্য যে অসমৰ বাঁহেৰে কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল । গুৱাহাটীৰ এই বিমান…

Read More

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম I ঐতিহাসিক ক্ষণটোৰ সাক্ষী হ’ল পাৰ্বত্য ৰাজ্যখনৰ ৰাইজ। স্বাধীনতাৰ ৭ টা দশকৰ পাছত প্ৰথমবাৰৰ বাবে মিজোৰাম ৰে’লযোগে সংযুক্ত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ সৈতে । প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলে বৈৰৱী-ছাইৰাং ব্রডগজ ৰে’লপথ । স্বাধীনতাৰ ৭৮ বছৰ পাছত প্ৰথমবাৰলৈ ভাৰতৰ ৰে’ল মানচিত্ৰৰ সৈতে সংযুক্ত হ’ল মিজোৰাম । ভৈৰৱী-চাইৰাং ষ্টেচনৰ পৰা…

Read More