Braking

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ I গোৱা আৰক্ষীৰ ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ I

গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে।

গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ জন আৰক্ষী কনিষ্টবলে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত সফলতাৰে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় I

এই বিশেষ অনুষ্ঠানটোৱে অসম তথা Assam Police ক সমগ্ৰ দেশবাসীৰ ওচৰত গৌৰৱৰ শিখৰত অধিষ্ঠিত কৰিলে।

Leave a Reply