NASAত জিলিকিল অসম সন্তান

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে…

Read More

আজি মহাষষ্ঠী

“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ॥” আজি মহাষষ্ঠী। শৰতৰ বোকাচাত ধৰালৈ আকৌ আহিল মা দুৰ্গা I জুবিনবিহীন অসমত নাই দুৰ্গোৎসৱৰ উছাহ I সন্ধিয়া বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা । I আজি ষষ্ঠী, বেলবৰণেৰে আৰম্ভ দুৰ্গাপূজা । বেলবৰণেৰে ষষ্ঠীৰ বেদীত আজি প্রতিষ্ঠা কৰা হ’ব মহিষমর্দিনীৰ মৃন্ময় প্রতিমা I সম্পূৰ্ণ বৈদিক…

Read More

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা I ভাৰতৰ আকাশত উৰা স্বাধীনতাৰ চিহ্ন I ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা প্ৰত্যেক বছৰৰ ২৬ জানুৱাৰী আৰু স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰে । “তিনি বৰণীয়া জাতীয় পতাকানীল আকাশত উৰে ,ওপৰে গেৰুৱা মাজত শুকুলাতলত শ্যামল আছে” এই পতাকাখন প্ৰতিজন ভাৰতীয়ৰ বাবে আৱেগ , স্বাধীনতাৰ প্ৰতীক । ভাৰতৰ…

Read More

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ I গোৱা আৰক্ষীৰ ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ I গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে। গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ জন আৰক্ষী কনিষ্টবলে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত সফলতাৰে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় I এই…

Read More

ভাৰতৰ প্ৰথম মহিলা চোৰাংচোৱা নীৰা আৰ্য্যা

সময়ৰ সোঁতত পাহৰি যোৱা এগৰাকী বিপ্লৱী । নেতাজীক বচাবলৈ হত্যা কৰিছিল নিজ স্বামীক I ইতিহাসৰ পাতত বিশেষ স্থান দখল কৰা এই গৰাকী মহিলাৰ নাম নীৰা আৰ্য্যা । তেওঁ আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম মহিলা চোৰাংচোৱা তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সাহসিনী যোদ্ধা I উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ খেকৰা নগৰত  ১৯০২ চনৰ ৫ মাৰ্চত জন্মগ্রহণ কৰা নীৰা…

Read More

পুনৰ এয়াৰ ইণ্ডিয়া বিমানত যান্ত্ৰিক বিজুতি I

বিপদে লগ এৰা নাই এয়াৰ ইণ্ডিয়াক । আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াত ধাৰাবাহিক অঘটনৰ ঘটনা । পুনৰ এয়াৰ ইণ্ডিয়া বিমানত যান্ত্ৰিক বিজুতি I তিৰুৱন্তপুৰমৰ পৰা দিল্লী অভিমুখী বিমানখনত বিজুতি । বিমানখনত আছিল কেইবাজনো জেষ্ঠ্য ৰাজনৈতিক নেতা । বিমানখনত আছিল AICC ৰ সাধাৰণ সম্পাদক তথা সাংসদকে চি ভেনুগোপাল , UDF ৰ অদুৰ প্ৰকাশ , জ্যেষ্ঠ কংগ্ৰেছ নেতা…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম । ৭১ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰবাল খাউণ্ডৰ ছবি ‘পাই–টাং–ষ্টেপ অব হফ’ ছবিখনলৈ ৰজত কমল বঁটা I টাই ফাকে জনগোষ্ঠীৰ সম্পৰ্কত প্ৰৱাল খাউণ্ড পৰিচালিত ছবি Pai Tang , Step of Hope  ছবিখন I উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ‘স্বৰ্ণকমল বঁটা’। আদিত্যম…

Read More

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে । বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন…

Read More

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More