‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি

জুবিন গাৰ্গৰ অন্তিম খন সপোনৰ ছবি “ৰৈ ৰৈ বিনালে” I ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি I জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ নিশ্চিতভাৱে এখন শ্ৰেষ্ঠ ছবি হবলৈ গৈ আছে । এইয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টি ৰাজিত থকা নতুনত্ব , জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক হে নিৰাশ নকৰিব…

Read More

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ । গুৱাহাটীসহ ৰাজ্যৰ ৭টাকৈ স্থানত অনুষ্ঠিত হ’ব গ্রন্থমেলা । ৮ খন জিলাত ৪ মাহ ধৰি চলিব অসম গ্ৰন্থমেলা ।বঙাইগাঁও, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, নলবাৰী, শিলচৰ, মঙলদৈত অনুষ্ঠিত হব গ্রন্থমেলা । বঙাইগাঁওত ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । লক্ষীমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত…

Read More