Braking

বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  

বাংলাদেশীৰ সোঁত হৈছে অসমত । বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  । বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয়ৰ পৰা নিউ বঙাইগাঁওত অবৈধ অনু প্ৰৱেশ কৰিছিল । ধৃত ৮ জনক বৈধ নথি দেখুৱাব নোৱাৰাৰ বাবে আটক কৰা হৈছিল । সীমান্তত নাই নিৰাপত্তাৰক্ষী , অনায়াসে পাৰ কৰিছে সীমান্ত ।ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান । আজি বঙাইগাঁও…

Read More