বাংলাদেশীৰ সোঁত হৈছে অসমত । বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী ।
বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয়ৰ পৰা নিউ বঙাইগাঁওত অবৈধ অনু প্ৰৱেশ কৰিছিল ।
ধৃত ৮ জনক বৈধ নথি দেখুৱাব নোৱাৰাৰ বাবে আটক কৰা হৈছিল । সীমান্তত নাই নিৰাপত্তাৰক্ষী , অনায়াসে পাৰ কৰিছে সীমান্ত ।ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান । আজি বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী । GRP ৰ অভিযানত আটক কৰা হৈছে এই ৮ জন অবৈধ বাংলাদেশীক ।
নিশ্চিতভাৱে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোক বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে ।
সম্পূৰ্ণভাৱে পৰীক্ষা নিৰীক্ষাৰ অন্তত হে তেওঁলোকক অবৈধ বাংলাদেশীৰূপে চিনাক্ত কৰা হৈছে । নিশ্চিতভাৱে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোক বাংলাদেশৰ পৰা অবৈধভাৱে অসমত অনুপ্ৰৱেশ কৰিছে ।
আটক কৰা সকলৰ ভিতৰত আছে বাবু শ্বেখ , আশ্বাফুল হক, আলামিন আলী , মামুন শ্বেখ, মহম্মদ আলী, ৰুহুল আমিন , মুশ্বাৰফ আলী , আশাৰুল হক ।