Braking

āĻ…āϏāĻŽāϤ ⧍ā§Ļ⧍ā§Ŧā§° ā§°āĻŖāĻļāĻŋāĻ™āĻž āĻŦāϜāĻžāĻŦ āύ⧇āĻ•āĻŋ ā§°āĻžāĻšā§āϞ āĻ—āĻžāĻ¨ā§āϧ⧀āϝāĻŧ⧇ ?

অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰিবলৈ আজি অসমলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আজি অৰ্থাৎ বুধবাৰে অসমত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সমীপৰে হোটেল কিৰণ শ্ৰী গ্ৰেণ্ডত দুয়ো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ সৈতে মিলিত হয়…

Read More