Braking

āĻĒā§ā§°āϤāĻŋāĻļā§‹āϧ⧰ āĻĒā§°āĻž āĻŦā§āĻ¯ā§ąāϏāĻžāϝāĻŧāϞ⧈ āĻĒā§ā§°āĻžāĻ•ā§āϤāύ āĻĒā§ā§°ā§‡āĻŽāĻŋāϕ⧰ āĻ­āϝāĻŧāĻ‚āϕ⧰ āĻĒā§ā§°āϤāĻŋāĻļā§‹āϧ⧰ āĻŦāϞāĻŋ āĻ…ā§°ā§āϚāĻŋāϤāĻž

সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈ বিয়পি পৰিছিল এটা চৰ্চিত নাম । নিষিদ্ধ ছবিজগতৰ নায়িকা ৰূপে অসমীয়া যুৱতীক লৈ সৃষ্টি হৈছিল ভিন্ন কাহিনী , ভিন্ন বাতৰিৰ । কিন্তু পোহৰলৈ আহিছে প্ৰকৃত সত্য । ৰহস্য ফাদিল হৈছে Viral অৰ্চিতা সৃষ্টিৰ মূল কাহিনী । প্ৰতিশোধৰ দীৰ্ঘদিনীয়া পৰিকল্পনা চলি আছিল ডিব্ৰগড়ৰ বোৱাৰী অৰ্চিতাৰ বিৰুদ্ধে । ২০১৪ চনত টুইটাৰত অৰ্চিতাৰ…

Read More

āĻĒ⧁āύ⧰ āϏāĻ‚āϘāϟāĻŋāϤ ‘āĻĄāĻŋāϜāĻŋāĻŸā§‡āϞ āĻ—ā§ā§°ā§‡āĻĒā§āϤāĻžā§°â€™ ā§° āϘāϟāύāĻž āĻ•ā§°ā§āĻŖāĻžāϟāĻ•āϤ ā§Š.ā§§ā§Ŧ āϕ⧋āϟāĻŋ āϟāĻ•āĻžā§° āĻĒā§ā§°āϤāĻžā§°āĻŖāĻž

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More