Braking

āĻĻā§ā§°ā§āϘāϟāύāĻžāϤ āĻŽā§ƒāĻ¤ā§āϝ⧁āĻ• āφāρāĻ•ā§‹ā§ąāĻžāϞāĻŋ āĻŦāĻŋāĻļā§āĻŦā§° āφāϟāĻžāχāϤāĻ•ā§ˆ āĻĒ⧁⧰āĻŖāĻŋ āĻŽāĻžā§°āĻžāĻĨāύ āĻĻ⧌⧰āĻŦāĻŋāĻĻā§°

মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । তেওঁৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ  ছাঁ পৰিছে । বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । সোমবাৰে এটা পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৪ বছৰ । পাঠানকোট-জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী জলন্ধৰৰ নিজ গাঁও ব্যাস পিণ্ডৰ সমীপত খোজ কাঢ়ি…

Read More