Braking

উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I অসমৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I দুদিনীয়া কাৰ্য্যসূচীৰে ১৩ ছেপ্টেম্বৰত অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি অসমক ধন্য কৰে।ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ মূখ্য অতিথি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসমবাসীৰ বাবে গৌৰৱৰ…

Read More

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ । দেশৰ কোটি কোটি লোকে লাভ কৰিলে এই ধন । ৯ কোটি ৭০ লাখ কৃষকলৈ ঋণৰ ধন বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০তম কিস্তিৰ জৰিয়তে ২০ হাজাৰ ৫০০ কোটি টকাৰ হস্তান্তৰ কৰে । বাৰাণসীত অনুষ্ঠিত মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে ৰাজ্যৰ লাহোৱালস্থিত ডিব্ৰুগড়…

Read More

শান্তিৰ নোবেল বঁটাৰ বাবে নাম মনোনীত ড’নাল্ড ট্রাম্পৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল ।   কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে । সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ…

Read More