Braking

āĻ­āĻžā§°āϤāϞ⧈ āĻĒā§ā§°āĻ¤ā§āϝāĻžā§°ā§āĻĒāĻŖ āĻĒāϞāĻžāϤāĻ• āĻŽāĻŖāĻŋāĻ•āĻž āĻ•āĻžāĻĒ⧁⧰āĻ•

সুদীৰ্ঘ বছৰৰ পিছত ভাৰতলৈ অনা হ’ল প্ৰৱঞ্চক মণিকাক । ১৪ বছৰ আমেৰিকাক কৰা অনুৰোধৰ পিছত আমেৰিকাই গতালে ভাৰতক । ১৯৯৮ত আমদানি-ৰপ্তানি কেলেংকাৰীত নাম সাঙোৰ খাইছিল। দুই ভাতৃৰ সৈতে ৰচিছিল কেলেংকাৰীৰ ৰচনা । “মনিকা অভাৰচিজ” নামৰ এটা প্ৰতিষ্ঠানৰ মালিক মনিকা কাপুৰে তেওঁৰ দুজন ভাতৃৰ সৈতে ১৯৯৮ চনত বেংকৰ বাবে ভুৱা শিপিং বিল, চালান আৰু ভুৱা ৰপ্তানিৰ…

Read More