Instagram Reels ত ব্যস্ত থকাৰ বাবেই পিতৃয়ে হত্যা কৰিলে নিজ কন্যাক
কোন দিছে গতি কৰিছে আজিৰ সমাজখনে ? Instagram Reels ৰ আসক্তিয়েই মৃত্যু মাতিলে নেকি ৰাধিকাৰ ? Instagram Reels ৰ আসক্তি ইমানেই গুৰুতৰ অপৰাধ নেকি যাৰ বাবে পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হল নিজ কন্যাক ? নিজকে স্বাৱলম্বী ৰূপত প্ৰতিষ্ঠিত হোৱাটোৱেই ভুল হল নেকি ৰাধিকাৰ? কালি হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং…