‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’
প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…