আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ
আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰতভক্তৰ লানি নিছিগা শাৰী । আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ । সমগ্ৰ দেশৰ লগতে অসমতো ভক্তৰ লানি নিছিগা শাৰী । সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । মহাদেৱ শিৱৰ ভক্তিৰ…