আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’
শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…